Saturday, May 11, 2013

বিভিন্ন দিৱসৰ তালিকা

বিভিন্ন দিৱসৰ তালিকা

• বছ(Boss Day) : ১৬ অক্ত’বৰ
• শিশু দিৱস : ১৪ নৱেম্বৰ
• চিকিত্সক দিৱস : ১ জুলাই
• অভিযন্তা দিৱস : ১৫ চেপ্তেম্বৰ
• পিতৃ দিৱস : ১৮ জুন
• মাতৃ দিৱস : মে মাহৰ দ্বিতীয় দেওঁবাৰ
• ককা-আইতা দিৱস : ১০ চেপ্তেম্বৰ
• পিতৃ-মাতৃ দিৱস : ২৩ জুলাই
• বন্ধুত্ব দিৱস : ৫ আগষ্ট
• আন্তৰাষ্ট্ৰীয় শিশু দিৱস : ১৯ নৱেম্বৰ
• নাৰ্চ দিৱস : ১২ মে’
• শিক্ষক দিৱস : ৫ চেপ্তেম্বৰ
• নাৰী দিৱস : ৮ মাৰ্চ
• কাৰ্গিল বিজয় দিৱস : ২৬ জুলাই
• বিশ্ব এইডচ দিৱস : ১ ডিচেম্বৰ
• বিশ্ব দুগ্ধপান দিৱস : ১ আগষ্ট
• বিশ্ব পৰিবেশ দিৱস : ৫ জুন
• বিশ্ব খাদ্য দিৱস : ১০ অক্ট’বৰ
• বিশ্ব স্বাস্থ্য দিৱস : ৭ এপ্ৰিল
• বিশ্ব গ্ৰন্থ দিৱস : ২৩ এপ্ৰিল
• বিশ্ব সংগীত দিৱস : ২১ জুন
• বিশ্ব ওজন(Ozone) দিৱস : ১৬ চেপ্তেম্বৰ
• বিশ্ব জনসংখ্যা দিবস : ১১ জুলাই
• বিশ্ব ৰেড-ক্ৰচ দিৱস : ৮ মে’
• বিশ্ব ষ্ট্ৰ’ক দিৱস : ২২ জুন
• বিশ্ব হৃদয় দিৱস : ৩০ চেপ্তেম্বৰ
• বিশ্ব আলোকচিত্ৰ দিৱস : ১৯ আগষ্ট
• বিশ্ব পৰ্যটন দিৱস : ২৭ চেপ্তেম্বৰ
• বিশ্ব বিনা ধূমপাণ দিৱস : ৩১মে’
• বিশ্ব মানসিক স্বাস্থ্য দিৱস : ১০ আক্ট’বৰ
• বিশ্ব সঞ্চয় দিৱস : ৩০ অক্ট’বৰ
• ৰক্তদান দিৱস : ১ অক্ট’বৰ
• আন্তৰাষ্ট্ৰীয় অহিংসা দিৱস : ২ অক্ট’বৰ
• আন্তৰাষ্ট্ৰীয় যুৱ দিৱস : ১২ আগষ্ট
• ৰাষ্ট্ৰীয় খেল দিৱস : ২৭ আগষ্ট
• ক্ষমা দিৱস : ৭ চেপ্তেম্বৰ
• ভেলেন্টাইন দিৱস : ১৪ ফেব্ৰুৱাৰী
বিশ্ব ফাৰ্মাচিষ্ট দিৱস :২৫ চেপ্তেম্বৰ


যুগুতাই ৰাখিছেঃ
ডা: দীপুল চন্দ্ৰ হালৈ

2 comments:

  1. পিতৃ দিৱসটো জুন মাহৰ তৃতীয় দেওবাৰ আৰু বন্ধুত্ব দিৱস আগষ্ট মাহৰ ১ম দেওবাৰত হ'ব লাগে নেকি...

    ReplyDelete
  2. আপডেট কৰি দিম দিয়ক, ধন্যবাদ ৷

    ReplyDelete